আজিৰ ৰাশিফল

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||

আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||

যোগাযোগ = 9101835041 , 9854200799 ||

 

আজি ভাদ মাহৰ ২৩ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৯ চেপ্তেম্বৰ |

শুক্লা পক্ষ , চতুৰ্দশী তিথি ||

*

 

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||

 

 

আজিৰ ৰাশিফলঃ =

 

মেষ = সম্পদ বৃদ্ধি হব |

বৃষ = বিপৰীত লিংগৰ সহাঁৰি লাভ কৰিব |

মিথুন = সামাজিক সুখ লাভ কৰিব |

কৰ্কট = পুৰণি বন্ধু লাভ কৰিব |

সিংহ = অযথা ব্যয় বৃদ্ধি হব |

কন্যা = মনৰ অস্থিৰতা বৃদ্ধি হব |

তুলা = কৰ্মত জটিলতা দেখা দিব |

বৃশ্চিক = মানসিক উদ্বেগ বৃদ্ধি হব |

ধনু = কৰ্মত সাফল্য হব |

মকৰ = মানসিক অশান্তি দেখা যায় |

কুম্ভ = বিবাদত ক্ষতি হব |

মীন = অযথা মন বিদ্ৰোহী হব |