জুবিনৰ চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা

pc assam.news18.com

জুবিনৰ চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা

ৰঙিলী বাৰ্ত্তাসেৱা-  জুবিনৰ চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হৈছে।কিছুসময়ৰ পাছতে এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীলৈ লৈ অনা হ’ব জুবিনক।উন্নত চিকিৎসাৰ বাবে জুবিনক জি এম চি এইচত ভৰ্তি কৰোৱা হ’ব।ইতিমধ্যে সাজু কৰি তোলা হৈছে এয়াৰ এম্বুলেন্স।গুৱাহাটীতে চিকিৎসা গ্ৰহণৰ ইচ্ছা প্ৰকাশ জুবিনৰ।জুবিনৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে।  জুবিনৰ চিকিৎসাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিজেই তদাৰক কৰিছে জুবিন গাৰ্গৰ চিকিৎসা ব্যৱস্থা