নীৰজ চোপ্ৰাৰ পুনৰ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ 

Pc The Indian Express

নীৰজ চোপ্ৰাৰ পুনৰ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ 

ৰঙিলী বাৰ্ত্তাসেৱা- অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ষ্টকহম ডায়মণ্ড লীগত নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে ৮৯.৯৪ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে ইভেণ্টত ৰানাৰ-আপ হয়। তেওঁ এই মাহৰ আৰম্ভণিতে পাভো নুৰ্মি গেমছত ৮৯.৩০ মিটাৰ থ্ৰোৰে পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল আৰু ৮৮.০৭ মিটাৰ থ্ৰোৰ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল।