ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা

Pc- The World Economic Forum

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ৭৩ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। নতুনকৈ আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত ৫৭ জন লোকে কামৰূপ মহানগৰৰ। যোৱা ২৪ ঘণ্টাত ৯৫৪ জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৭.৬৫ শতাংশ। ৰাজ্যখনত সম্প্ৰতি সক্ৰিয় ঘটনা ৩৯৫টা আছে।