চৰাই খুন্দা মৰাৰ ফলত বাৰাণসীত জৰুৰী অৱতৰণ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰৰ

Pc NDTV.com

চৰাই খুন্দা মৰাৰ ফলত বাৰাণসীত জৰুৰী অৱতৰণ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হেলিকপ্টাৰত এটা চৰাইয়ে খুন্দা মৰাৰ পিছত হেলিকপ্টাৰখন বাৰাণসীত জৰুৰী অৱতৰণ কৰিছিল। হেলিকপ্টাখন বাৰাণসীৰ ৰিজাৰ্ভ পুলিচ লাইনচ গ্ৰাউণ্ডৰ পৰা লক্ষ্ণৌলৈ ৰাওনা হোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল।প্ৰতিবেদন অনুসৰি, মুখ্যমন্ত্ৰী সুৰক্ষিত আৰু চাৰ্কিট হাউচত আছে।