আজিৰ ৰাশিফল

pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহাৰ মাহৰ ৩ তাৰিখ শনিবাৰ , ইংৰাজী ১৮ জুন |
কৃষ্ণা পক্ষ, পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৪/১৪ মি.
সূৰ্য্যোস্থয় = ৬/১২/৫৪ মি.

জন্মতঃ= মকৰ ৰাশি (খ, জ), দেৱ গন, শূদ্ৰ বৰ্ন, অগ্নি যোগ, কুম্ভীৰৰ অস্থি |

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ — শুক্ৰ ||

 

ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম প্ৰাপ্তিৰ যোগ চলিছে |
বৃষ = কণিষ্ঠৰ লগত মনোমালিন্য হব পাৰে |
মিথুন = জ্ঞান লাভৰ সুযোগ পাব |
কৰ্কট = মান, যশ আদি বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা দেখা যায় |
কন্যা = গৃহ উন্নতিৰ যোগ চলিছে |
তুলা = কাৰোবাৰ পৰা ক্ষতি হব পাৰে |
বৃশ্চিক = সামাজিক প্ৰশান্তি লাভ কৰিব |
ধনু = সৰুৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থাগম হ্ৰাস হব |
কুম্ভ = পদ মৰ্যদা লাভ কৰিব |
মীন = ব্যায়াধিক হব পাৰে |