দিল্লীত ভাৰতৰ আটাইতকৈ ডাঙৰ ড্ৰোন উৎসৱ উদ্বোধন 

pc The Indian express

দিল্লীত ভাৰতৰ আটাইতকৈ ডাঙৰ ড্ৰোন উৎসৱ উদ্বোধন 

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰগতি ময়দানত ভাৰতৰ আটাইতকৈ ডাঙৰ ড্ৰোন উৎসৱ ভাৰত দ্ৰোণ মহোৎসৱ ২০২২ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহী সকলোকে কাৰ্যসূচীটো চাবলৈ আহ্বান জনাই কয়, “এই মঞ্চই এই খণ্ডত ভাৰতৰ উপস্থিতি বৃদ্ধিৰ লক্ষ্যৰে ষ্টাৰ্টআপকে ধৰি মুখ্য অংশীদাৰসকলক একত্ৰিত কৰে।”