কংগ্ৰেছে গুজৰাটত পৰৱৰ্তী চৰকাৰ গঠন কৰিব: ৰাহুল

pc Deccan Herald

কংগ্ৰেছে গুজৰাটত পৰৱৰ্তী চৰকাৰ গঠন কৰিব: ৰাহুল

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাটৰ দাহোদত এক ৰেলীত বিজেপিক “দুই ভাৰত” সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে। ৰাহুল গান্ধীয়ে লগতে কয়, “ধনী সকলৰ বাবে এটা আৰু দৰিদ্ৰলোকৰ বাবে এটা, দৰিদ্ৰ লোকৰ দেশৰ সম্পদ কেইজনমান ধনী লোকক দিয়া হৈছে।” ৰাহুল গান্ধীয়ে লগতে দাবী কৰে যে কংগ্ৰেছে গুজৰাটত পৰৱৰ্তী চৰকাৰ গঠন কৰিব।