মোৰ দেউতাক লগ পোৱাৰ পিছত পদত্যাগ কৰিম: আৰজেডি বিধায়ক তেজ প্ৰতাপ যাদৱ

pc the indian express

মোৰ দেউতাক লগ পোৱাৰ পিছত পদত্যাগ কৰিম: আৰজেডি বিধায়ক তেজ প্ৰতাপ যাদৱ

ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰৰ হাছানপুৰৰ আৰজেডি বিধায়ক তেজ প্ৰতাপ যাদৱে টুইট কৰি কয় যে তেওঁ তেওঁৰ দেউতাক আৰু দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱক লগ পোৱাৰ পিছতে পদত্যাগ পত্ৰ দাখিল কৰিব। বিধায়কজনে অৱশ্যে স্পষ্ট কৰা নাছিল যে তেওঁ দলৰ সদস্যপদ, তেওঁৰ পদ বা দুয়োটাৰ পৰা পদত্যাগ কৰিব নে নাই। “মই মোৰ দেউতাৰ পদাংক অনুসৰণ কৰিছিলো আৰু দলৰ সকলো কৰ্মীক সন্মান জনাইছিলো,” তেজে কয়।