পুনেত ৮৫ বছৰ বয়সত প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব মাধৱ গডবোলেৰ মৃত্যু 

pc Hindustan Times

পুনেত ৮৫ বছৰ বয়সত প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব মাধৱ গডবোলেৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব তথা আইএএছ বিষয়া মাধৱ গডবোলেৰ ৮৫ৰ বছৰত হৃদযন্ত্ৰৰ বিকলতাৰ বাবে পুনেত থকা তেওঁৰ বাসগৃহত মৃত্যু হয়, তেওঁৰ পৰিয়ালে কয়। ১৯৯৩ চনত অৱসৰ লোৱাৰ আগতে গডবোলে ন্যায় বিভাগৰ সচিবকে ধৰি কেইবাটাও পদত অধিষ্ঠিত হৈছিল। তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত পিএইচডি আৰু মেচাচুচেটছৰ উইলিয়ামছ কলেজৰ পৰা এমএ ডিগ্ৰী লৈছিল।