গণেশগুৰিৰ উৰণীয়া সেতুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

গণেশগুৰিৰ উৰণীয়া সেতুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা- গণেশগুৰিৰ উৰণীয়া সেতুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত। দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। গুৰুতৰভাৱে আহত হৈছে এজন লোক। আহত লোকজনক GMCH ত ভৰ্তি কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নং AS01FA5810।