অসমত আল-কায়েদা নেটৱৰ্ক সংযোগ থকা ৬ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

pc NDTV.com

অসমত আল-কায়েদা নেটৱৰ্ক সংযোগ থকা ৬ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলাদেশৰ আল-কায়েদা নেটৱৰ্কৰ সৈতে সম্পৰ্ক থকা ছয়জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক অসমৰ বৰপেটাত গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয় যে, “৪ মাৰ্চত গ্ৰেপ্তাৰ হোৱা এজন জেহাদীয়ে প্ৰদান কৰা তথ্যৰ ভিত্তিত আমি ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছিলো।” গ্ৰেপ্তাৰ কৰা লোকসকলৰ ‘ভাৰতীয় উপ মহাদেশত আল-কায়েদা’ (একিউআইএছ)ৰ সদস্যসকলৰ সৈতে পোনপটীয়া সম্পৰ্ক আছিল, আৰক্ষীয়ে কয়।