পেলেষ্টাইনত ভাৰতৰ দূত মুকুল আৰ্যক দূতাবাসৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰামাল্লাৰ দূতাবাসৰ ভিতৰত পেলেষ্টাইনত ভাৰতৰ দূত মুকুল আৰ্যক মৃত অৱস্থাত পোৱা গৈছিল। “ৰামাল্লাত ভাৰতৰ প্ৰতিনিধি শ্ৰী মুকুল আৰ্যৰ মৃত্যুৰ বিষয়ে জানি গভীৰভাৱে হতবাক হৈছো। তেওঁ এজন উজ্জ্বল আৰু প্ৰতিভাশালী বিষয়া আছিল আৰু তেওঁৰ আগত বহুত আছে,” বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইট কৰে। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
