কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

Pc. Northeast Now

কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১২ মাৰ্চত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হ’ব। লোক আদালতৰ জৰিয়তে ফৌজদাৰী, দেৱানী, পৰিয়ালকেন্দ্ৰিক আৰু অন্যান্য গোচৰ থিতাতে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাৰ বাবে ৬৯০১২-৮১৬৩৫ নম্বৰত যোগাযোগ কৰিব পাৰিব ।