ভাৰতত নতুনকৈ ৫,৪৭৬ জন লোক কৰ’নাত আক্ৰান্ত

P.c. Nature

ভাৰতত নতুনকৈ ৫,৪৭৬ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতে যোৱা ২৪ ঘণ্টাত ৫,৪৭৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত নতুনকৈ যোৱা ২৪ ঘণ্টাত ১৫৮ জনলোকৰ কৰ’নাত সংক্ৰমিত হৈ মৃত্যু হৈছে।যাৰ ফলত দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,১৫,০৩৬ জন লৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ৫৯,৪৪২টা সক্ৰিয় ঘটনা আছে।