ৰাষ্ট্ৰপতি কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত ফিটনেছ ৰাণৰ শুভাৰম্ভ কৰে

pc The Print

ৰাষ্ট্ৰপতি কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত ফিটনেছ ৰাণৰ শুভাৰম্ভ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ অংশ হিচাপে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰথম মহিলা সবিতা কোবিন্দে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এক ফিটনেছ ৰাণৰ শুভাৰম্ভ কৰে। “ৰাষ্ট্ৰপতিৰ সৈতে ৰাষ্ট্ৰপতি সচিবালয়ৰ জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকলে এই দৌৰত অংশগ্ৰহণ কৰিছিল,” ভাৰতৰ ৰাষ্ট্ৰপতিয়ে টুইট কৰে।