হিমাচল চৰকাৰে পেঞ্চনৰ বয়সৰ সীমা ৬০ বছৰলৈ হ্ৰাস কৰিছে

pc.- scroll.in

হিমাচল চৰকাৰে পেঞ্চনৰ বয়সৰ সীমা ৬০ বছৰলৈ হ্ৰাস কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে শুকুৰবাৰে ৰাজ্যিক বিধানসভাত ২০২২-২৩ বৰ্ষৰ বাজেট উপস্থাপন কৰি ঘোষণা কৰে যে মাহিলী বৃদ্ধ বয়সৰ পেঞ্চনৰ পৰিমাণ ১,০০১ ৰ পৰা ১,৫০০ লৈ বৃদ্ধি কৰা হ’ব। ঠাকুৰে লগতে ঘোষণা কৰে যে কোনো উপাৰ্জনৰ সীমা অবিহনে পেঞ্চন প্ৰাপ্ত কৰাৰ বাবে বয়সৰ সীমা ৭০ বছৰৰ পৰা৬০ বছৰলৈ হ্ৰাস কৰা হ’ব।