আজিৰ ৰাশিফল

Pc- Disha News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ৯ তাৰিখ বুধবাৰ , ইংৰাজী ২৭ অক্টোবৰ |
কৃষ্ণা পক্ষ, ষষ্ঠী তিথি, পুৱা ১০/৫০/৫১ মি. পৰা সপ্তমী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৩/৪০ মি.
সূৰ্য্যোস্থয় = ৪/৪১/৫০ মি.

জন্মতঃ= মিথুন ৰাশি (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি, পুৱা ৭/৮/৮ মি. পৰা দেৱ গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে = কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ — বুধ আৰু চন্দ্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ তাল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সম্পদ লাভ কৰিব |
বৃষ = কৰ্মত অৱহেলা হব পাৰে |
মিথুন = মানসিক শান্তি লাভ কৰিব |
কৰ্কট = খৰচ বৃদ্ধি হব পাৰে |
সিংহ = কৰ্মত কৃতকাৰ্যতা লাভ কৰিব |
কন্যা = মান, যশস্যা বৃদ্ধি হব |
তুলা = নিজৰ দায়িত্ব বৃদ্ধি হব |
বৃশ্চিক = বন্ধুৰ লগত মনোমালিন্য ঘটিব পাৰে |
ধনু = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = বিপৰীত লিংগৰ সহাঁৰি লাভ কৰিব |
মীন = কৰ্ম ব্যস্ততা বৃদ্ধি হব |