তামুলপুৰ সমষ্টিৰ গান্ধীবাৰী আৰু ৰামেচুবুৰী বজাৰৰ দোকানে দোকানে গৈ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ

pc Facebook
তামুলপুৰ সমষ্টিৰ গান্ধীবাৰী আৰু ৰামেচুবুৰী বজাৰৰ দোকানে দোকানে গৈ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ
আগন্তুক উপ-নিৰ্বাচন উপলক্ষে আজি তামুলপুৰ সমষ্টিৰ গান্ধীবাৰী আৰু ৰামেচুবুৰী বজাৰৰ দোকানে দোকানে গৈ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে। এই প্ৰচাৰ কাৰ্যসূচীত তেওঁক সংগ প্ৰদান কৰে জিলা সভাপতি শ্ৰী ভিক্টৰ দাস আৰু ই এম ড০ নিলুত স্বৰ্গিয়াৰীকে আদি কৰি দলৰ কাৰ্যকৰ্তা সকলে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰি কয় যে ক্ৰেতা-বিক্ৰেতা সকলোৰে সৈতে মত বিনিময় কৰি মই নিশ্চিত হৈছোঁ যে আগন্তুক দিনত তামুলপুৰ সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে বিপুল ভোটত জয়লাভ কৰিব ৷