ঘূৰ্ণীবতাহ – “TAUKTAE”

বাৰ্ত্তাসেৱা – ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই. এম. ডি. এ) কয় যে দেওবাৰে ঘূৰ্ণীবতাহ “Tauktae” পূৱ মধ্য আৰৱ সাগৰৰ ওপৰত তীব্ৰতৰ হৈ পৰে। ইয়াৰ পৰৱৰ্তী ১২ ঘণ্টাত ই অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে  আৰু ১৭ মে’ত গুজৰাটৰ উপকূলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট আৰু গোৱা – ছয়খন ৰাজ্যত উদ্ধাৰকাৰী দল মোতায়ন কৰা হৈছে।