নাৰী – হিমাদ্ৰী বৰকটকী

pc Rendezvous Magazine

নাৰী

হিমাদ্ৰী বৰকটকী,
নগাঁও

নাৰী,তুমি অনন্যা…
তোমাৰ মাজতে লুকাই আছে
ধৈৰ্য্য,সহ্যৰ দৰে মহান গুন
তুমি মহিয়সী,তুমিয়েই জন্মদ্ৰাত্ৰী
তুমি পতিব্ৰতা,তোমাৰ মাজতে আছে সহনশীলতা…
তোমাৰ তুলনা নাই… এই পৃথিৱীত
জন্ম-জন্মান্তৰে শিখৰত তুমি…