ভাৰতত নিৰ্মিত কোভাক্সিন ভেকচিনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনৰ সম্ভাৱনা

pc- Times of India

ভাৰতত নিৰ্মিত কোভাক্সিন ভেকচিনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনৰ সম্ভাৱনা

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰৰ কোভিড-19 কাৰ্যকৰী গোটৰ মুৰব্বীয়ে কৈছে যে ভাৰতত নিৰ্মিত কোভাক্সিন কোভিড-১৯ ভেকছিনে সপ্তাহটোৰ ভিতৰত বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন ব্যৱহাৰ তালিকা (ইইউএল) লাভ কৰিব। ড০ এন কে অৰোৰাই কয় “আশা কৰোঁ, ভেকছিনটোক আন্তৰ্জাতিক স্বীকৃতি দিয়া হ’ব যাতে বিদেশ ভ্ৰমণ কৰা লোকসকলৰ কম অসুবিধা হয়,”। ভাৰত বায়োটেকৰ দ্বাৰা নিৰ্মিত কোভাক্সিন হৈছে ভাৰতৰ প্ৰথম কোভিড-১৯ ভেকছিন।

 

(RT)