আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

PC-DIVINITY WORLD

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১৪ তাৰিখ শনিবাৰ, ইংৰাজী ২৯ মে |
কৃষ্ণপক্ষ, চতুৰ্দশী তিথি |

সূৰ্য্যোদয় = ৪/৩৫/৫৫ মি.
সূৰ্য্যোস্থয় = ৬/৬/২৪ মি.

জন্মত= ধনুৰাশি (ধ, ভ, ফ), ক্ষত্রিয় বৰ্ন, মনুষ্য গন, গন্ধৰ্ব অস্থি, বৰুণ যোগ |

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, সন্ধিয়া ৬/৪/৫২মি. পৰা সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান |

আজিৰ ৰাশিফলঃ =

মেষ = শত্রুৰ পৰা সাৱধান হব |
বৃষ = গৃহ অশান্তিয়ে মনত কষ্ট দিব |
মিথুন = বন্ধুৰ সহায় লাভ কৰিব |
কৰ্কট = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
সিংহ= মনৰ উৎসাহ হ্ৰাস হব |
কন্যা = ভ্ৰমণত সুখ অনুভৱ কৰিব |
তুলা = দেহ পীড়াই কষ্ট দিব |
বৃশ্চিক = অৰ্থগম বৃদ্ধি হোৱাৰ যোগ |
ধনু = সঞ্চয় বৃদ্ধি হব |
মকৰ = নিজৰ কাৰ্যদক্ষতাত সন্মান পাব |
কুম্ভ = যাত্রাত বিঘিনি দেখা যায় |
মীন = সমস্যা সমাধান কৰিব পাৰিব |