ৱেষ্ট ইণ্ডিজৰ অধিনায়ক প’লাৰ্ডৰ ৩৪ বছৰ বয়সৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

pc CricTracker.com

ৱেষ্ট ইণ্ডিজৰ অধিনায়ক প’লাৰ্ডৰ ৩৪ বছৰ বয়সৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  ৱেষ্ট ইণ্ডিজৰ সীমিত অভাৰৰ অধিনায়ক কাইৰন প’লাৰ্ডে ৩৪ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ২০০৭ চনৰ ১০ এপ্ৰিলত এখন এদিনীয়া খেলত ৱেষ্ট ইণ্ডিজৰ হৈ পোলাৰ্ডে আত্মপ্ৰকাশ কৰে। তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ ১২৩ খন এদিনীয়া আৰু ১০১ খন টি-২০ খেলিছিল। তেওঁ ৪,২৭৫ ৰাণ সংগ্ৰহ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৯৭ টা উইকেট দখল কৰে।