ৱাঘা সীমান্তত ভাৰতক হস্তান্তৰ কৰা হয় ৮ বছৰৰ বাবে পাকিস্তানত কাৰাবন্দী দুজন ভাৰতীয় নাগৰিকক

pc Daily Excelsior

ৱাঘা সীমান্তত ভাৰতক হস্তান্তৰ কৰা হয় বছৰৰ বাবে পাকিস্তানত কাৰাবন্দী দুজন ভাৰতীয় নাগৰিকক

অনলাইন বাৰ্ত্তাসেৱা – অবৈধভাৱে সীমান্ত অতিক্ৰমৰ বাবে পাকিস্তানত আঠ বছৰৰ বাবে কাৰাগাৰত থকা দুজন ভাৰতীয় নাগৰিকক ৱাঘা সীমান্তত বি.এছ.এফ.ক হস্তান্তৰ কৰা হয়। এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি, ২০১৩ চনত পাকিস্তানৰ ৰেঞ্জাৰে দুয়োজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু পিছত পোহৰলৈ আহে যে তেওঁলোক দুয়ো মানসিকভাৱে বিকলাঙ্গ আৰু অসাৱধানতাবশতঃ সীমান্ত অতিক্ৰম কৰিছিল।