ৰ’ দৰ ৰেঙনি
পাৰ্থ প্ৰতীম বৰা
হৃয়স্পৰ্শী কাহিনীৰ মাদকতাৰে আগবহুৱা এটি অতি হৃদ়স্পৰ্শী কাহিনী আমাৰ প্ৰণয় আৰু প্ৰিয়াৰ ,,,,
একেলগ হৈ সকলো বহিল আগৰ কথা পাতি ,,, মাজত ৰাঘৱ আৰু নয়ন , পাছত পাৰ্থ আৰু অসীম , পাৰ্থ য়ে এইয়া সঁচা ভাল পোৱা কবলৈ আৰম্ভ কৰিলে , প্ৰণয় আৰু প্ৰিয়াৰ,,, হেই 10 বছৰৰ ভাল পোৱাৰ এক মিঠা গথা যত কোনোবাই প্ৰেম পালে কোনোৱে হেৰুৱালে, এপাহ কাঁইটীয়া গোলাপ হৈ ৰল সকলো
(অ)
“প্ৰণয় বৰা , ৰোল নং 5, আজিৰ পৰা আমাৰ স্কুলত পঢ়িব সকলোৱে একেলগে থাকিবা হত ” বুলি ৰূপম শৰ্মা ছাৰে কলে ,। তেতিয়া প্ৰণয় ৰ বয়স 4 বছৰ মই তাক লগ পাইছিলোঁ, বেছ শান্ত শিষ্ট , উহো মহাদুষ্ট নহয় দেই। তাৰ ঘৰ গোলাঘাটৰ কুমাৰ গাঁৱত । মাকৰ নাম হুচিব্রতা, আৰু বাপেকৰ নাম নোমল বৰা ,, মই তাৰ মাক বাপেকক মা দেউতা বুলিয়ে সম্বোধন কৰোঁ। মোৰ ঘৰ সিহঁতৰ ঘৰৰ পৰা 2 কিলোিটাৰ মান আঁতৰত বেছি নহয়। আমি একেলগে জ্ঞান জ্যোতি শিশু নিকেতনত নাম লগোৱা এতিয়াও মনত আছে ,।, ওও 1904 চন মানত চাগে।
সি বহুত লাজকুৰীয়া। ব্যৱহাৰ পাতি বোৰ টো কবই নালাগে । মা হতে মোত কৈ বেছি তাক হে মৰম কৰে । এনেতে সিহঁতৰ টেবুলত চাহ দিলেহি। প্ৰণয় ঘৰত বহুত সুন্দৰ এটি পৰিৱেশ আছে । মইটো প্ৰায় সিহঁতৰ ঘৰতে থাকো। আমি সিহঁতৰ আম গছ জোপাৰ তলত গৰম দিনত ৰদৰ ছাঁ লগত খুব খেলোঁ। বহুত মনত পৰে সেইইদিন বোৰ।””দেৰি হোৱা দেখি অসীম আৰু নয়ন ঘৰ গলগৈ। ৰাঘৱ আৰু পাৰ্থ এ কথা খিনি পাতি গল । “”আমাৰ দেউতাৰ এটি ডাঙৰ চাকৰি আছিল । এদিন দেউতাৰ বাবে এখন চিঠি আহিল । দেউতাক শিলচৰ লৈ মতিছে । মোৰ মনটো হেমেকি উঠিল । অলপো দেৰি নকৰি মই প্ৰণয়হঁতৰ ঘৰলে গলোঁ । সি মোমায়েকৰ ঘৰলৈ গল । কাইলে হে আহিব । তাক কথাটো কবলে নাপাই মোৰ দুচুকুত চকুপানী বৈ গল।
বেজাৰ মনেৰে মই ঘূৰি আহিলো। মাএ ভাত বাঢ়ি দিলে । দেউতা মা নিজৰ কাপোৰ ,ঘৰৰ বস্তু সামৰাত ব্যস্ত। মোৰ মনটো অকণো ফৰকাল নহয়। পাছদিনা আমি যাবলৈ ওলালোঁ। তালৈ বাট চাওঁতে দেৰি এ হল। বাছত উঠিলো। আমি ঘৰৰ পৰা তিনিআলি পাইছোহি তেনেতে সিহঁত ঘৰ পাইছেহি । ফোন কৰিবলে সিহঁতৰ টেলিফোন টো বেয়া । আৰু ভাল কৰিলেও আমাৰ নম্বৰ এতিয়া সলনি হব । লাহে লাহে তাৰ কথা বোৰ স্মৃতিৰ হাচতীয়া কিতাপ খনত সুমাই পৰিল। “” ৰাঘৱে দেখিলে যে পাৰ্থয়ে কথা খিনি কওঁতে চকুপানী ওলাই আছে । পাৰ্থযে কলে ,যে তাৰ পাছত তাৰ কি হল,? কি কৰিছে? , কাৰ লগত আছে ,? সেইবোৰ নাজানো ।
বাকী কাহিনী চাগে এই পৃষ্ঠা বোৰত হে পাম । চাও কিজানি তাক পাওঁ এ। বাৰু বল এতিয়া ঘৰ যাও। এইবুলি ঘৰলৈ দুয়ো একেলগে বাট ললে।
প্ৰণয়ক ঘৰত পল বুলি মাতে। পল যেতিয়া পাৰ্থৰ ঘৰত তাক বিচাৰি গল। সি ঘৰত এটা ডাঙৰ তলা মৰা দেখা পালে। সি ভাবিলে যে পাৰ্থ মোমায়েকৰ ঘৰলৈ গল । সি সদায় গেটৰ সম্মুখত ৰৈ তাক চাই কিন্তু সি ওলাই নাহিল। পলে ভাবিলে যে সি তাক একো নুকোৱা কৈয়ে গুছি গল। সি মনত ভাবি আহোঁতে , গাঁওৰ ককা এজনক দেখিলে। সি সুধিলে যে , “অ ককা, আপুনি বাৰু পাৰ্থ হতঁ কত গল গম পাই নিকি??। ককাই কলে, “”কোন পাৰ্থ , অ’ আমাৰ প্ৰাণৰ কথা কৈছ। কিয় সিহঁত 14 দিন মানৰ আগতে ছিলং গল নহয়। কিয় তই গম নাপাওঁ নেকি? অহ মই সি তোক কৈছিল বুলি হে!””। তেতিয়া পলে মুখ জোঁকাৰি কলে, অঃ মই পাহৰি আছিলোঁ। বাৰু ককা মই আহিছোঁ দিয়ক।”” এইবুলি সি গুচি আহিল । সময়ক দুখ দি সি ঘৰ মুৱা হল।
সময়, এক চিনাকি শব্দ। নদীৰ সোঁত ৰ দৰে সময় । কাৰোবাক দি যায়। কাৰোবাক লৈ যায়। মাথো অহৰহ বৈ ৰই।
পিছৰ সপ্তাহত
