ৰিণিকি ভূঞাৰ অখিল গগৈৰ ওপৰত মানহানি গোচৰ

ৰিণিকি ভূঞাৰ অখিল গগৈৰ ওপৰত মানহানি গোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিধায়ক অখিল গগৈৰ বিৰুদ্ধে কামৰূপ মহানগৰ CJM(মুখ্য ন্যায়িক দণ্ডাধীশ)ৰ আদালতত মানহানি গোচৰ তৰিলে প্ৰাইড-ইষ্ট-এন্টাৰটেইনমেন্টৰ মুখ্য সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই৷নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকি ভূঞা শৰ্মাৰ সংস্থা ‘গ’ল্ডেন থ্ৰেডছ’ক লৈ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ৷অভিযোগ খণ্ডন কৰি বিধায়কজনৰ বিৰুদ্ধে ৰজু কৰিলে গোচৰ৷অহা কালিলৈ ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব পতা বুলি সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগৰে লুৰিণজ্যোতি গগৈ আৰু চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে ও মানহানি গোচৰ তৰিব মুখ্য সঞ্চালিকা গৰাকীয়ে৷