ৰিচা ঘোষৰ এদিনীয়া ক্ৰিকেটত ২৬ টা বলত দ্ৰুততম অৰ্ধশতক অৰ্জন

pc india today

ৰিচা ঘোষৰ এদিনীয়া ক্ৰিকেটত ২৬ টা বলত দ্ৰুততম অৰ্ধশতক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতৰ মহিলা উইকেটকিপাৰ ৰিচা ঘোষ এদিনীয়া ক্ৰিকেটত হিচাপে ২৬ টা বলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে। ১৮ বছৰীয়া খেলুৱৈগৰাকীয়ে চতুৰ্থ এদিনীয়াত নিউজিলেণ্ডৰ বিৰুদ্ধে ২৯ টা বলত মুঠ ৫২ ৰাণ সংগ্ৰহ কৰে।চতুৰ্থ এদিনীয়াৰ খেলখন বৰষুণৰ বাবে ২০ অভাৰলৈ হ্ৰাস পায়।