ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ প্ৰতিষ্ঠা দিৱস

ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ৰাষ্ট্ৰীয় উলামা কাউন্সিল দিলে ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷উক্ত অনুষ্ঠানত অসমৰ পৰা উপস্থিত থাকে অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমি, অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সভাপতি মুহাম্মদ আলি খলিফাৰ লগতে ৰাজ্যিক সমিতিৰ উপ-সভাপতি সদাগৰ আলীও উপস্থিত থাকে৷ অনুষ্ঠানত সভাপতিত্বত কৰিছিল মৌলানা আমিৰ ৰাচাদি মাদানি চাহাবে আগন্তক লোকসভা নিৰ্বাচনত RUC দলে ১৪খন ৰাজ্যত প্ৰাৰ্থী দিয়াৰ কথাও আলোচনা কৰে৷