ৰাজ্যত প্রতিদিনে বৃদ্ধি কৰ’নাত আক্ৰান্তৰ হাৰ

P.c- WHO World Health Organization

ৰাজ্যত প্রতিদিনে বৃদ্ধি কৰ’নাত আক্ৰান্তৰ হাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত যোৱা ২৪ ঘণ্টাত ৮৪৪ জন লোক কৰ’নাত  আক্ৰান্ত হৈছে। নতুনকৈ আক্ৰান্তলোক সকলৰ ভিতৰত কামৰূপ(মহানগৰ) জিলাৰ ৩৬৯ জন লোক।যোৱা ২৪ ঘণ্টাত মুঠ ৩৫,৫৬২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ২.৩৭ শতাংশ। সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ১৩২জন। সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২,৬৮৯জন। আৰু ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ দুজন লেকৰ মৃত্যু হৈছে।