ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা

Pc-The Sentinel Assam

ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। মৰেল পুলিচিঙক লৈ ছিপাঝাৰৰ পদ্মাঝাৰত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছাগলী চোৰক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি অঞ্চলটোত। ছাগলী চোৰৰ অভিযোগত একাংশলোকে মৰিয়াই মৰিয়াই হত্যা কৰে এজনক। সেই লোকসকলৰ প্ৰহাৰতেই মৃত্যু হয় মজিবৰ আলিৰ। মজিবৰক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু হৈছিল তেওঁৰ । ঘটনাক লৈ ইতিমধ্যে বুঢ়া আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক