ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। মৃদু প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ১০.০৭ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলট ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৭। এই ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে। ভূমিকম্পত কোনো ধৰণৰ ক্ষয়–ক্ষতিৰ খবৰ এইপৰ্যন্ত অহা নাই।