ৰাজামৌলীক কৈছিলো ‘মই আপোনাৰ চিনেমাখনত থাকিবলৈ যিকোনো কাম কৰিম’: আলিয়া 

Pc Bollywood life

ৰাজামৌলীক কৈছিলো ‘মই আপোনাৰ চিনেমাখনত থাকিবলৈ যিকোনো কাম কৰিম’: আলিয়া 

ৰঙিলী বাৰ্ত্তাসেৱা-  এছ এছ ৰাজামৌলীৰ ‘আৰআৰআৰ’ত তেওঁ কেনেদৰে সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল সেই সন্দৰ্ভত আলিয়া ভাটে কয়, “মই হায়দৰাবাদ বিমানবন্দৰত ৰাজামৌলী ছাৰক লগ পাইছিলো, তেওঁক কৈছিলো, ‘ছাৰ মই আপোনাৰ ছবিত কাম কৰিব বিচাৰো মই আপোনাৰ চলচ্চিত্ৰত থাকিবলৈ যিকোনো কাম কৰিম’। “মোক আচৰিত কৰি তেওঁ কৈছিল, ‘চলচ্চিত্ৰত সীতা অতি গুৰুত্বপূৰ্ণ, আৰু মই সুখী যে আপুনি তেওঁৰ চৰিত্ৰৰ সৈতে মিল খাইছে’, আলিয়াই লগতে কয়।