ৰঙিলী বাৰ্তাৰ সৌজন্যত অনুষ্ঠিত সদৌ অসম চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Pc- Times of India

ৰঙিলী বাৰ্তাৰ সৌজন্যত অনুষ্ঠিত সদৌ অসম চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰঙিলী বাৰ্তাৰ সৌজন্যত যোৱা ১৭ জুন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ’ল ।
বিজয়ী সকল হৈছে –
প্ৰথম – মেঘৰাগিনী বৰা অষ্টম শ্ৰেণী মহাত্মা বাল্য ভৱন গোলাঘাট।
দ্বিতীয়- দেৱস্মৃতা পাল সপ্তম শ্ৰেণী কেন্দ্ৰীয় বিদ্যালয় গোলাঘাট।
তৃতীয়- দীক্ষিত বেজবৰুৱা
সন্দীপনি বিদ্যামন্দিৰ
ষষ্ঠ শ্ৰেণী। নগাঁও