৮ ঘণ্টাৰ ভিতৰত জম্মু-কাশ্মীৰৰ উধামপুৰত ৰখাই থোৱা বাছত ২ টা বিস্ফোৰণ

PC-News18

৮ ঘণ্টাৰ ভিতৰত জম্মু-কাশ্মীৰৰ উধামপুৰত ৰখাই থোৱা বাছত ২ টা বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ উধামপুৰত ৮ ঘণ্টাৰ ভিতৰতে ৰখাই থোৱা বাছত দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল  বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰথমটো বিস্ফোৰণত দুজন লোক আহত হয়,  নিশা প্ৰায় ১০.৩০ বজাত পেট্ৰ’ল পাম্পৰ ওচৰত ৰখাই থোৱা এখন বাছত সংঘটিত হৈছিল বুলি ডি আই জি উধমপুৰ-ৰিয়াছি ৰেঞ্জে লগতে জনায়। বৃহস্পতিবাৰে পুৱা উধামপুৰ বাছ ষ্টেণ্ডত এখন বাছত আন এক বিস্ফোৰণ সংঘটিত হয় বুলি ডি আই জিয়ে জনায়।