৭ মাৰ্চত গুৱাহাটীত আহি উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

pc NDTV.com

৭ মাৰ্চত গুৱাহাটীত আহি উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ শপতগ্ৰহণৰ বাবে অহা ৭ মাৰ্চত গুৱাহাটীত আহি উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যাৰ বাবে তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক বিজেপিৰ লগতে প্ৰশাসন।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৮ মাৰ্চত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে ত্ৰিপুৰাৰ শপতগ্ৰহণ অনুষ্ঠানলৈ যাব। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণসূচীৰ বাবেই ৭ আৰু ৮ মাৰ্চত No Flying Zone ঘোষণা কৰিছে প্ৰশাসনে। বিশেষকৈ ড্ৰ’ন উৰুওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশানসনে।