৫ আগষ্টৰ দিনটো ইতিহাসত স্মৰণীয় হৈ ৰ’বঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী

pc The New Indian Express

৫ আগষ্টৰ দিনটো ইতিহাসত স্মৰণীয় হৈ ৰ’বঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী

অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে ৫ আগষ্টৰ দিনটো ইতিহাসত স্মৰণীয় হৈ থাকিব। “দুবছৰ আগতে আজিৰ দিনটোতে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছিল। যোৱা বছৰত আজিৰ দিনটোতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰথমটো পদক্ষেপ লোৱা হৈছিল,” তেওঁ লগতে উল্লেখ কৰে।

(UD.)