৩ খন জিলা পৰিষদ আৰু ৩১ খন গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি তথা সহযোগী দলৰ প্ৰাৰ্থী জয়লাভ কামৰূপ নিৰ্বাচনী জিলাত

৩ খন জিলা পৰিষদ আৰু ৩১ খন গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি তথা সহযোগী দলৰ প্ৰাৰ্থী জয়লাভ কামৰূপ নিৰ্বাচনী জিলাত

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ কৰ্মদক্ষ মানৱদৰদী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখন সঠিক আৰু শুদ্ধ ৰূপত কাম কৰি অহা বাবে গাঁও পঞ্চায়ত পৰ্যায়ত অকল কামৰূপ নিৰ্বাচনী জিলাত ৩খন জিলা পৰিষদৰ আসন আৰু ৩১ খন গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপি তথা ইয়াৰ সহযোগী দলসমূহে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিবলৈ সক্ষম হৈছে।হাজো আঞ্চলিক পঞ্চায়ত ১নং হাজো গাঁও পঞ্চায়ত,২ নং হাজো গাঁও পঞ্চায়ত, ক্ষেত্ৰীহাৰদিয়া গাঁও পঞ্চায়ত, শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়ত,ছয়ানী ৰাণী আঞ্চলিক পঞ্চায়ত,আমৰঙা গাঁও পঞ্চায়ত, বীৰোগাঁও গাঁও পঞ্চায়ত, বঙৰা গাঁও পঞ্চায়ত, ৰজাপাৰা গাঁও পঞ্চায়ত,সতপুৰ গাঁও পঞ্চায়ত, উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়ত,বেজেৰা আঞ্চলিক পঞ্চায়ত, টিটকুছি গাঁও পঞ্চায়ত, খেহেনীপাৰা গাঁও পঞ্চায়ত,বেজেৰা গাঁও পঞ্চায়ত, ধোপাতাৰী গাঁও পঞ্চায়ত, শৰাইঘাট গাঁও পঞ্চায়ত,ৰামপুৰ আঞ্চলিক পঞ্চায়ত, ৰামপুৰ গাঁও পঞ্চায়ত, বেজাৰতাৰী পানীখাইতী গাঁও পঞ্চায়ত,গৰৈমাৰী আঞ্চলিক পঞ্চায়ত,হাতীপাৰা গাঁও পঞ্চায়ত,বকো আঞ্চলিক পঞ্চায়ত, পশ্চিম বেকেলী গাঁও পঞ্চায়ত, পূব লুকী গাঁও পঞ্চায়ত,উত্তৰ বকো গাঁও পঞ্চায়ত, দক্ষিণ পশ্চিম বকো গাঁও পঞ্চায়ত,দক্ষিণ পশ্চিম লুকী গাঁও পঞ্চায়ত,ছয়গাঁও মা চণ্ডিকা আঞ্চলিক পঞ্চায়ত, আমতলা জীয়াকুৰ গাঁও পঞ্চায়ত, সাপৰতাৰী মাকেলী কটহী গাঁও পঞ্চায়ত, শুৱালকুছি আঞ্চলিক পঞ্চায়ত, লাচিতগড় গাঁও পঞ্চায়ত, পশ্চিম শুৱালকুছি গাঁও পঞ্চায়ত, দদৰা গাঁও পঞ্চায়ত,কমলপুৰ আঞ্চলিক পঞ্চায়ত,বাইহাটা কমলপুৰ গাঁও পঞ্চায়ত, গোপেশ্বৰ গাঁও পঞ্চায়ত,বনগাঁও আঞ্চলিক পঞ্চায়ত, দক্ষিণ পাণ্টান গাঁও পঞ্চায়ত।