অনলাইন বাৰ্ত্তাসেৱা-কোৰোনা সংক্ৰমন ৰোধৰ বাবে UAE পৰা ভাৰতলৈ অহা যাত্ৰীৰ ক্ষেত্ৰত প্ৰদান কাৰা হৈছে নিষেধাজ্ঞা। ২১ জুলাইলৈকে ১৪ খন দেশলৈ যাব নোৱাৰিব UAE ৰ যাত্ৰী।দেশবোৰৰ ভিতৰত ভাৰত, বাংলাদেশ, নেপাল, শ্ৰীলংকা, নাইজেৰিয়া আৰু দক্ষিণ আফ্ৰিকাও আছে ।
২১ জুলাইলৈকে UAE পৰা ভাৰতলৈ অহা যাত্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা
