২০ ডিচেম্বৰত অসম বিধান সভাৰ শীতকালীন অধিবেশন
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধান সভাৰ শীতকালীন অধিবেশন অহা ডিচেম্বৰ মাহৰ ২০ তাৰিখে অনুষ্ঠিত হ’ব। অসম বিধান সভা সচিবালয়ৰ এক অধিসূচনাযোগে এই তথ্য সদৰী কৰা হৈছে।