২০২৬ত ভাৰতৰ অনুষ্ঠিত হ’ব বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপঃবেডমিণ্টন ৱৰ্ল্ড ফেচাৰেচন

pc-hindustan

২০২৬ত ভাৰতৰ অনুষ্ঠিত হ’ব বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ

বাত্তাসেৱা- উল্লেখ্য যে ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন আৰম্ভ হৈছিল। ইয়াৰ পাছৰে পৰাই প্ৰতি দুবছৰৰ মূৰে মূৰে এই বিশ্ব চেম্পিয়নশ্বিপখন অনুষ্ঠিত হৈ আহিছে। ২০২৬ চনত ভাৰতত অনুষ্ঠিত হ’ব বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ।  বেডমিণ্টন ৱৰ্ল্ড ফেচাৰেচনে, ভাৰতক উক্ত বৰ্ষত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ দায়িত্বভাৰ অৰ্পণ কৰে। আনহাতে ২০২৩ চীনত অনুষ্ঠিত হ’ব  মিক্সড টীম চেম্পিয়নশ্বিপ। উল্লেখ্য যে বেডমিণ্টন ৱৰ্ল্ড ফেচাৰেচনে বিশ্ব চেম্পিয়নশ্বিপখন হ’ল বেডমিণ্টনৰ সবাতোকৈ সন্মানীয় প্ৰতিযোগিতা। বিশ্ব চেম্পিয়নৰ খিতাপ দখলৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ বেডমিণ্টন তাৰকাসকলে এই প্ৰতিযোগিতা পাঁচটা ইভেণ্টত খেলোৱা হয়। সেয়া হ’ল পুৰুষৰ ছিংগলছ, মহিলাৰ ছিংগলছ, পুৰুষ- মহিলা ডাবোলছ আৰু মিক্সড ডাবোলছ।