২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত সাধাৰণ আয়কৰৰ বিভিন্ন স্তৰ, কৰ ৰেহাই আৰু মধ্যবিত্তৰ বাবে কিছু সকাহ –  ড° দিলোৱাৰ হক 

২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত সাধাৰণ আয়কৰৰ বিভিন্ন স্তৰ, কৰ ৰেহাই আৰু মধ্যবিত্তৰ বাবে কিছু সকাহ: ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ আয়কৰৰ হিচাপত এক তুলনামূলক বিশ্লেষণ

 ড° দিলোৱাৰ হক

সহযোগী অধ্যাপক আৰু বিভাগীয় মূৰব্বী, অৰ্থনীতি
বিভাগ
ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়
গুৱাহাটী-৭৮১০৩৫, 

আগন্তুক ২০২৫২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ বাবে অতি প্ৰয়োজনীয় আয়কৰৰ ৰেহাইৰ ক্ষেত্ৰত কিছু ইতিবাচক চিন্তা আৰু ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ লগে লগে আয়কৰ ৰেহাইৰ সুবিধাৰ ক্ষেত্ৰত বৰ্তমানৰ লাখ টকাৰ পৰা ১২ লাখ টকালৈকে বৃদ্ধি ল। ইয়াৰোপৰি বৰ্তমানৰ বিশেষ কৰ্তন বা ৰেহাইৰ পৰিমাণো (Standard Deduction) ৫০,০০০ টকাৰ পৰা ৭৫,০০০ টকালৈকে বৃদ্ধি কৰা হৈছে। ফলত বৰ্তমানৰ ,৫০,০০০ টকাৰ ক্ষেত্ৰত শূন্য কৰৰ অৱস্থাটো অহা বিত্তীয় বৰ্ষত ১২,৭৫,০০০ টকালৈকে বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত নিশ্চয়কৈ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে কিছু ভাল খবৰ কাৰণ এই কৰ ৰেহাইৰ ব্যৱস্থাই তেওঁলোকৰ ব্যয়যোগ্য বা ব্যৱহাৰযোগ্য আয় বৃদ্ধি কৰিব আৰু তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পূৰ্বৰ নতুন কৰ ব্যৱস্থাত মৌলিক আয় ৰেহাইৰ সীমা লাখ টকাৰ পৰা আগন্তুক বিত্তীয় বৰ্ষৰ প্ৰস্তাৱিত কৰ ব্যৱস্থাত ১২ লাখ টকালৈ বৃদ্ধি কৰে। প্ৰস্তাৱিত নতুন আয়কৰ ব্যৱস্থাৰ অধীনত নতুন কৰ স্লেবসমূহ বা সত্ৰসমূহ :

আয়কৰ স্লেব (টকাত) আয়কৰৰ হাৰ (%)
শূন্যৰ পৰা ,০০,০০০ টকালৈ কৰ মুক্ত, অৰ্থাৎ কৰ আৰোপ কৰা হোৱা নাই
,০০,০০১ টকাৰ পৰা ,০০,০০০ টকা %
,০০,০০০১ টকাৰ পৰা ১২,০০,০০০ টকা ১০%
১২,০০,০০১ টকাৰ পৰা ১৬ লাখ টকা ১৫%
১৬,০০,০০১ টকাৰ পৰা ২০ লাখ টকা ২০%
২০,০০,০০১ টকাৰ পৰা ২৪ লাখ টকা ২৫%
২৪ লাখৰ ওপৰত ৩০%

আগন্তুক ২০২৫২০২৬ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তাৱিত আয়কৰ ব্যৱস্থাপনাৰ অধীনত লাখ টকালৈকে বছৰেকীয়া আয়ৰ বাবে কোনো কৰ আৰোপ কৰা হোৱা নাই। লাখ টকাৰ পৰা লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত % কৰ আৰোপ কৰা হৈছে। লাখ টকাৰ পৰা ১২ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত ১০% কৰ আৰোপ কৰা হৈছে। ১২ লাখ টকাৰ পৰা ১৬ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত ১৫% কৰ আৰোপ কৰা হৈছে। ১৬ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত ২০% কৰ আৰোপ কৰা হৈছে। ২০ লাখ টকাৰ পৰা ২৪ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত ২৫% কৰ আৰোপ কৰা হৈছে। ২৪ লাখ টকাতকৈ ওপৰৰ বছৰেকীয়া আয়ৰ ওপৰত ৩০% কৰ ধাৰ্য্য কৰা হৈছে। 

কিন্ত কোনো এজন ব্যক্তিৰ বছৰেকীয়া সাধাৰণ আয় ১২.৭৫ লাখ টকালৈকে কৰমুক্ত ব। কিন্তু কিদৰে তেওঁৰ কৰ শূন্য ? নিশ্চয়কৈ জানিবলৈ মন গৈছে, নহয় জানো? তেন্তে জানো আহক।

ধৰি লোৱা কোনো এজন চাকৰিয়াল ব্যক্তিৰ বছৰেকীয়া সাধাৰণ আয় ১২,৭৫,০০০ টকা। গতিকে আয়কৰৰ স্তৰ মতে তেওঁৰ কৰৰ পৰিমাণ : প্ৰথম লাখ টকাৰ বাবদ কৰৰ পৰিমাণ টকা। ইয়াৰ পিছত লাখ টকাৰ পৰা লাখ টকা আয়ৰ বাবদ কৰৰ পৰিমাণ ২০,০০০ (=,০০,০০০) টকা। ইয়াৰ পিছত লাখ টকাৰ পৰা ১২ লাখ টকা আয়ৰ বাবদ কৰৰ পৰিমাণ ৪০,০০০ (=১০,০০,০০০) টকা। ইয়াৰোপৰি ১২ লাখ টকাৰ পৰা ১২,৭৫,০০০ টকা আয়ৰ বাবদ কৰৰ পৰিমাণ ১১,২৫০ (=১৫৭৫,০০০) টকা। অৰ্থাৎ ১২,৭৫,০০০ টকা আয় উপাৰ্জনকাৰীৰ কৰৰ পৰিমাণ ৭১,২৫০ টকা। 

কিন্তু তেওঁ কৰ পৰিশোধ কৰিব নালাগিব। কিয় আৰু কিদৰে? হিচাপটো চাওঁ আহক, এনেদৰে

প্ৰথম লাখ টকালৈ কৰ মুক্ত। গতিকে ১২, ৭৫,০০০ টকাৰ পৰা , ০০,০০০ টকা বাদ দিয়াৰ পিছত বাকী থাকিল ,৭৫,০০০ টকা। লাখৰ পৰা লাখ টকালৈ % কৰৰ হাৰত কৰৰ পৰিমাণ ২০,০০০ টকা। লাখ টকাৰ পৰা ১২ লাখ টকালৈ ১০% সুতৰ হাৰত কৰৰ পৰিমাণ ৪০,০০০ টকা। গতিকে লাখ টকাৰ পৰা ১২ লাখ টকালৈকে মুঠ কৰযোগ্য আয় লাখ টকাৰ বাবদ মুঠ কৰৰ পৰিমাণ ২০,০০০+৪০,০০০= ৬০,০০০ টকা। আয়কৰৰ হিচাপৰ ৮৭ক (87A) সুবিধা অনুসৰি যদিহে আয়কৰ ৬০,০০০ টকাৰ ওপৰত নহয়, তেতিয়া সমগ্ৰ ৬০,০০০ টকাৰ কৰ ৰেহাই পাব। এই কৰ ৰেহাইৰ ফলত তেওঁৰ আয়কৰ ১২ লাখ টকালৈকে শূন্য ব। বাকী থকা ৭৫,০০০ টকা বিশেষ কৰ্তন বা ৰেহাইৰ (Standard Deduction) অধীনত কৰ আদায়ৰ পৰা ৰেহাই পাব। এইদৰে কোনো এজন ব্যক্তিৰ অহা বিত্তীয় বৰ্ষত ১২.৭৫ লাখ টকালৈকে কৰৰ পৰিমাণ শূন্য ব। কিন্তু আয় ১২.৭৫ লাখ টকাৰ ওপৰৰ লেই আয়কৰৰ স্তৰৰ কৰ হাৰৰ হিচাপত কৰ পৰিশোধ কৰিব লাগিব।

অহা বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তাৱিত আয়কৰ ব্যৱস্থাপনাৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ আয়কৰৰ ব্যৱস্থাপনাৰ অধীনত আয়কৰৰ স্তৰ আৰু হাৰ তলত উল্লেখ কৰা :

চলিত বিত্তীয় বৰ্ষৰ আয়কৰৰ ব্যৱস্থাপনাৰ অধীনত লাখ টকালৈক কৰ শূন্য আৰু ৫০,০০০ টকা বিশেষ কৰ্তন বা ৰেহাইৰ (Standard Deduction) সুবিধা আছে। ফলত মুঠ আয় যদিহে ,৫০,০০০ টকা হয়, তেতিয়াহলে তেওঁ আয়কৰৰ হিচাপত কোনো আয়কৰ পৰিশোধ কৰিব নালাগিব। কিদৰে .৫০ লাখলৈকে আয়কৰৰ হিচাপত কৰ শূন্য তাৰ হিচাপ আৰু বৰ্ণনা তলত উদাহৰণৰ সহায়ত আগবঢ়োৱা হৈছে।

আয়কৰ স্লেব (টকাত) আয়কৰৰ হাৰ (%)
শূন্যৰ পৰা ,০০,০০০ টকালৈ কৰ মুক্ত, অৰ্থাৎ কৰ আৰোপ কৰা হোৱা নাই
,০০,০০১ টকাৰ পৰা ,০০,০০০ টকা %
,০০,০০০১ টকাৰ পৰা ১০,০০,০০০ টকা ১০%
১০,০০,০০১ টকাৰ পৰা ১২ লাখ টকা ১৫%
১২,০০,০০১ টকাৰ পৰা ১৫ লাখ টকা ২০%
১৫ লাখৰ ওপৰত ৩০%

ধৰি লোৱা কোনো এজন চাকৰিয়াল ব্যক্তিৰ বছৰেকীয়া সাধাৰণ আয় ,৫০,০০০ টকা। গতিকে আয়কৰৰ স্তৰ মতে তেওঁৰ কৰৰ পৰিমাণ : প্ৰথম লাখ টকাৰ বাবদ কৰৰ পৰিমাণ টকা। ইয়াৰ পিছত লাখ টকাৰ পৰা লাখ টকা আয়ৰ বাবদ কৰৰ পৰিমাণ ২০,০০০ (=,০০,০০০) টকা। যদিহে আয়কৰ ২৫,০০০ টকাৰ সমান বা তাতোকৈও কম হয়, চলিত আয়কৰৰ ব্যৱস্থাপনাৰ হিচাপত ৮৭ক (87A) অধীনত ২৫,০০০ টকা কৰ ৰেহাই পাব। যিহেতু লাখ টকাৰ পৰা লাখ টকালৈকে আয়কৰৰ পৰিমাণ ২০,০০০ টকা হয়, সেইবাবেই 87A অধীনত এই কৰৰ পৰিমাণ সম্পূৰ্ণ ৰেহাই পাব। অৰ্থাৎ লাখ টকালৈকে কৰ শূন্য ব। বাকী থকা ৫০,০০০ টকা বিশেষ কৰ্তন বা ৰেহাই (Standard Deduction) অধীনত আয়কৰৰ হিচাপৰ পৰা বাদ দিয়া ব।  এইদৰেই কোনো এজন আয়কৰ দাতাই যদিহে তেওঁৰ আয় .৫০ লাখ বা কম হয়, চলিত আয়কৰৰ হিচাপত তেওঁৰ কৰৰ পৰিমাণ শূন্য ব। অৰ্থাৎ .৫০ লাখ বা তাতকৈ কম আয়ৰ ব্যক্তিয়ে কৰ পৰিশোধ কৰিব নালাগিব।

গতিকে তুলনামূলক বিশ্লেষণ আৰু আলোচনাৰ পৰা দেখা যে চলিত ২০২৪২০২৫ বিত্তীয় বৰ্ষৰ আয়কৰৰ হিচাপৰ তুলনাত আগন্তুক ২০২৫২০২৬ বিত্তীয় বৰ্ষৰ আয়কৰৰ হিচাপত মধ্যবিত্ত শ্ৰেণীৰ কৰদাতাসকলে প্ৰস্তাৱিত কৰ ৰেহাইৰ ব্যৱস্থাৰ ফলত কিছু পৰিমাণে লেও আয়কৰৰ পৰা সকাহ পাব আৰু লাভবান ব।