২০২৪ৰ পূৰ্বে ৰে’ল আৰু বিমানযোগে সংযোজিত হ’ব উত্তৰ পূবৰ ৮খন ৰাজ্যৰ ৰাজধানীঃঅমিত শ্বাহ

অনলাইন বাৰ্ত্তাসেৱা-  ২০২৪ৰ পূৰ্বে ৰে’ল আৰু বিমানযোগে সংযোজিত হ’ব উত্তৰ পূবৰ ৮খন ৰাজ্যৰ ৰাজধানী। ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইয়াৰ পূৰ্বে অসমৰ বান নিয়ন্ত্ৰণ কেনেকৈ কৰিব তথ্যসহ প্ৰেজেণ্টেছন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।