২০২৩-২৪ বৰ্ষৰ বিত্তীয় পৰিকল্পনাৰ ওপৰত সংবাদ মেল

 ২০২৩-২৪ বৰ্ষৰ বিত্তীয় পৰিকল্পনাৰ ওপৰত সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ গুৱাহাটী মহানগৰ জিলা হেঙেৰাবাৰীস্থিত কাৰ্য্যলয়ত ১৯ ফেব্ৰুৱাৰীত ৰাতিপুৱা ৯:৩০ বজাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু বিজেপি মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাসে এক গুৰুত্বপূৰ্ণ বিষয়ত সংবাদ মেল সম্বোধন কৰিব৷সংবাদ মেলৰ বিষয় : কেন্দ্ৰীয় চৰকাৰৰ ২০২৩-২০২৪ বৰ্ষৰ (Budget) বিত্তীয় পৰিকল্পনা ৰ ওপৰত আলোকপাতৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত বিভিন্ন উন্নয়ন মূলক আঁচনিৰ সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমুহৰ বিশ্লেষণ৷