২০২৩ বৰ্ষৰ মেট্ৰিক,হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা

Pc SEBA

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৩ বৰ্ষৰ মেট্ৰিক,হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰা হৈছে। পৰীক্ষাৰ্থীয়ে অনলাইনত প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ কৰিব পাৰিব প্ৰ-পত্ৰ পূৰণ। sebaregistration.in ত কৰিব লাগিব প্ৰ-পত্ৰ পূৰণ। ১৫ ডিচেম্বৰৰ ভিতৰত পৰীক্ষাৰ মাচুলৰ চালান জেনেৰেট কৰিব লাগিব।আনহাতে, ২০ ডিচেম্বৰৰ ভিতৰত বিদ্যালয়সমূহে বেংকত ধন জমা কৰিব লাগিব।