২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত ইডিৰ অভিযোগ পত্ৰত অভিযুক্ত জেকলিন

Pc- Hindustan Times

২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত ইডিৰ অভিযোগ পত্ৰত অভিযুক্ত জেকলিন

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতিবেদন অনুসৰি, প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত দাখিল কৰা প্ৰৱৰ্তন সঞ্চালকালয়ৰ পৰিপূৰক অভিযোগপত্ৰত জেকলিন ফাৰ্ণাণ্ডেজক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। প্ৰতিবেদন অনুসৰি এই ধন দাবীৰ বিষয়ে জেকলিন অৱগত আছিল। ইয়াৰ পূৰ্বে ইডিয়ে জেকলিন ফাৰ্নাণ্ডেজৰ ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত ৭.২৭ কোটি পুঁজি সংলগ্ন কৰিছিল।