১৮.৯৪ কোটি অনুদানৰ ১.৯ কোটি হে ব্যয় কৰিছে চনু সুদৰ ফাউণ্ডেচনেঃ আই টি বিভাগ

Tribune India

১৮.৯৪ কোটি অনুদানৰ ১.৯ কোটি হে ব্যয় কৰিছে চনু সুদৰ ফাউণ্ডেচনেঃ আই টি বিভাগ

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চিবিডিটি) কৈছে যে অভিনেতা চনু সুদৰ ফাউণ্ডেচনে ১ এপ্ৰিল, ২০২১ ৰ পৰা আজিলৈকে ১৮.৯৪ কোটি টকাৰ অনুদান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত, বিভিন্ন সাহায্য কামৰ বাবে প্ৰায় ১.৯ কোটি ব্যয় কৰিছে আনহাতে ফাউণ্ডেচনৰ বেংক একাউণ্টত ১৭ কোটি ৰ বাকী অংশ অব্যৱহৃত অৱস্থাত পৰি থকা দেখা গৈছে বুলি তেওঁলোকে কয়।

(RT.)