অনলাইন বাৰ্ত্তাসেৱা- ১৫ আগষ্টৰ পূৰ্বে খোলা নহয় আন্তঃজিলা যাতায়াত। আনহাতে, কাৰ্ফিউ অব্যাহত থকা জিলাসমূহত নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সম্ভাৱনা। ১৫ আগষ্টৰ পিছত পৰ্য়ায়ক্ৰমে সপ্তাহত এদিন বা দুদিনকৈ মুকলি কৰা হ’ব আন্তঃজিলা যাতায়াত এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। by utpal kalita
১৫ আগষ্টৰ পূৰ্বে খোলা নহয় আন্তঃজিলা যাতায়াত – ড০ হিমন্ত বিশ্ব শৰ্মা
