১৫৭ পুৰাকীৰ্তি লৈ আমেৰিকাৰ পৰা উভতিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

Pc- WION

১৫৭ পুৰাকীৰ্তি লৈ আমেৰিকাৰ পৰা উভতিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

অনলাইন বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ সামৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীত উপস্থিত হয়। দেশখনে উপহাৰ হিচাপে আগবঢ়োৱা ১৫৭ প্ৰত্নসম্পদ-পুৰাকীৰ্তি লগত লৈ স্বদেশৈ আহিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী। আমেৰিকা ভ্ৰমণৰ সময়ত দেশখনে প্রধানমন্ত্রীলৈ আগবঢ়োৱা ১৫৭ পুৰাকীৰ্তিৰ ভিতৰত সাংস্কৃতিক আৰু ধৰ্মীয়। আমেৰিকা চৰকাৰে প্ৰধানমন্ত্রী মোদীক এই সম্পদখিনি আগবঢ়োৱাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পুৰাকীর্তি উপহাৰ দিয়াৰ বাবে প্ৰশংসা কৰে। গুৰুত্বপূৰ্ণ যে ১৯৭৬ চনৰ পৰা ২০১৩ চনৰ ভিতৰত বিভিন্ন দেশৰ পৰা ভাৰতে মাত্র ১৩টা পুৰাকীৰ্তিহে উপহাৰ হিচাপে লাভ কৰিছিল।