হোলী গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাত শ্ৰী মন্ত শংকৰদেৱ সংগীত কলা একাডেমী ৰ দলৰ প্ৰথম পুৰষ্কাৰ লাভ
মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে বৃহত্তৰ গুৱাহাটীৰ দৌলোৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিছ্পুৰ লাস্তগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা হোলী গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰ দলীয় শাখাত শ্ৰীমন্ত শংকৰদেৱ সংগীত কলা একাডেমী সতৰিঞ্চি আচাৰ্য , মেৰী, নিলপৰি, নেহা, প্ৰতিমা, সোণালী দাসৰ দ্বাৰা গঠিত এই দলটিয়ে প্ৰথম স্থান দখল কৰি উক্ত একাডেমীখনলৈ গৌৰৱ কঢ়িয়াই অনা ত অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।